স্বৰ্গীয় উমানন্দ বৰা

শ্ৰদ্ধাঞ্জলি

স্বৰ্গীয় জয়ন্ত খনিকৰ

স্বৰ্গীয় পৰমানন্দ দত্ত

       জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সুদীৰ্ঘ ২৫ বছৰীয়া যাত্ৰা পথত আধা বাটতে আমাৰ মাজৰ পৰা আঁতৰি গৈ মৃত্য়ুৰ কোলাত শান্তিৰে জিৰণী লৈছে, সেইসকলক ৰূপালী জয়ন্তীৰ সন্ধিক্ষণত অশ্ৰুসিক্ত নয়নেৰে সোঁৱৰিছো আৰু শ্ৰদ্ধাঞ্জলি যাচিছো। 

                                                                                   - ৰূপালী জয়ন্তী উদযাপন সমিতি